১। খেলখন ১২-১২ অভাৰত হ'ব।
২। খেলখন লীগ পদ্ধতিত হ'ব।
৩। খেলখন ১০ টা দলৰ মাজত অনুষ্ঠিত হ'ব।
৪। স্থানীয় খেলুৱৈ অতি কমেও ৭ জন থাকিব লাগিব।
৫। সকলো খেলুৱৈৰ পৰিচয় পত্ৰৰ ফটো কপি কাৰ্য্যালয়ত জমা দিব লাগিব।
৬। খেলুরৈ সকলে খেলৰ প্রয়োজনীয় সামগ্রী আনিব লাগিব।
৭। খেলুরৈ সকলে জাছি আৰু জোতা পৰিধান কৰাটো বাধ্যতামূলক।
৮। খেলখনত ICC ৰ সম্পূর্ণ নিয়মাবলী প্রযোজ্য হ'ব।
৯। খেলখনত আম্পায়ৰৰ সিদ্ধান্তই চূড়ান্ত বুলি বিবেচিত হ'ব।
১০। খেলৰ বিজয়ী দলক ২৫,০০১ টকাৰে পুৰস্কৃত কৰা হ'ব।
১১। খেলৰ বিজেতা দলক ১৫,০০১ টকাৰে পুৰস্কৃত কৰা হ'ব।
১২। খেলখনৰ Live Score Cricheros Apps ত চাব পাৰিব।
১৩। খেলৰ ভৰ্তি মাচুল ৩,০০১ টকা মাত্র।
১৪। প্রতিটো খেলত মেন অফ দ্যা মেচ দিয়া হ'ব।