১/ প্ৰথম ৩২টা দলেহে অংশগ্ৰহণৰ অনুমতি লাভ কৰিব।
২/ খেলসমুহ নক-আউট পদ্ধতিৰে খেলোৱা হব ।
৩/ যোগদানৰ মাচুল ১৫০০ টকা ।
৪/ বিজয়ী দলক ট্ৰফী সহ নগদ ২০,০০০ টকা আৰু বিজিত দলক ট্ৰফী সহ নগদ ১২,০০০ টকা দিয়া হব ।
৫/ টুৰ্নামেণ্টৰ প্ৰতিখন খেলতে Man of the Match তথা টুৰ্নামেণ্টৰ Best Batter, Best Bowler, Best Fielder আৰু Man of the Tournament দিয়া হব ।
৬/ খেলসমুহ Woods বলেৰে খেলোৱা হব ।
৭/ প্ৰতিখন খেল ৫ অভাৰকৈ খেলোৱা হব যদিও, ছেমি ফাইনেল আৰু ফাইনেল ৬ অভাৰকৈ খেলোৱা হব ।
৮/ প্ৰতিটো দলে ৫ জনকৈ বলাৰ ব্যৱহাৰ কৰিব লাগিব।
৯/ এই টুৰ্নামেণ্ট নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত খেলোৱা হব যদিও নাহৰকটীয়া সমষ্টিৰ বাহিৰৰ 2 জনকৈ Guest Player লব পাৰিব ।
১০/ প্ৰতিটো দলৰ অংশগ্ৰহণৰ অন্তিম তাৰিখ ১২ মাৰ্চ আৰু লগতে প্ৰতিটো দলৰ Playing 15 আৰু খেলুৱৈসকলৰ Mobile Number জমা দিব লাগিব ।
১১/ যোগদান কৰা দলসমূহৰ মাজত প্ৰথম ৰাউণ্ডৰ লটাৰী ১৩ মাৰ্চত কৰা হব ।
১২/ সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া সময়সূচী মতে সকলো দলে উপস্থিত নহয় তেতিয়া প্ৰতি ৫ মিনিটত ১ অভাৰকৈ কৰ্তন কৰা হব ।
১৩/ খেলৰ ২০ মিনিটৰ আগত সকলো দলে নিজৰ Playing 11 জমা দিব লাগিব আৰু প্ৰতিখন খেল Online Score কৰা হব ।
১৪/ সকলো ক্ষেত্ৰতে সমিতি আৰু আম্পায়াৰৰ সিদ্ধান্তই চুড়ান্ত হব ।